📌 বৃত্তিৰ তালিকা (List of Scholarships)
-
TTWD Pre & Post Matric Scholarship
➤ আবেদন সময়: ছেপ্টেম্বৰৰ পৰা
➤ প্ৰয়োজনীয় নথি: Caste, Income, Bank Passbook, Marksheet, Admission Receipt
-
National Scholarship Portal (NSP)
➤ কেন্দ্ৰীয় চৰকাৰৰ বৃত্তি
➤ ITI, ANM, Diploma, Higher Education
-
OBC Scholarship Assam
➤ OBC ছাত্ৰ-ছাত্ৰীসকলৰ বাবে Pre/Post Matric
-
Buddy4Study Private Scholarships
➤ ONGC, Colgate, Tata, Lenovo আদিৰ বৃত্তি উপলব্ধ
📥 কেনেকৈ আবেদন কৰিব (How to Apply)
📝 প্ৰথমে অফিচিয়েল ৱেবচাইটত যোৱা
📤 প্ৰয়োজনীয় নথিপত্ৰ স্কেন কৰি আপল'ড কৰক
✅ আবেদন জমা দিয়ক আৰু acknowledgment screenshot সংৰক্ষণ কৰক